Skip to main content

হনুমান চালিছা নো কি জাঁনো আহ'ক।

   হনুমান চালিছা নো কি  জাঁনো আহ'ক।


G Newhttps://youtu.be/T8oIMpW7oF0?si=vU0ohPlNU2Snu5w6s 24 




প্ৰভু শ্ৰা ৰাম চন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ১৬ শতাব্দীত কবি তথা দার্শনিক তুলসী দাসে হনুমান চালিছা ৰচনা কৰিছিল। মান্যতা অনুসৰি তুলসী দাসে ৰুগীয়া অৱস্থাত প্ৰভু শ্ৰী ৰাম চন্দ্ৰৰ ভ হনুমানৰ গুণ বৰ্ণনা কৰি ১৬ শতাব্দীত কবি তথা দার্শনিক তুলসী দাসে হনুমান চালিছা ৰচনা কৰিছিল৷ মান্যতা অনুসৰি তুলসী দাসে ৰুগীয়া আৱস্হাত পাঠ কৰে। বিশেষকৈ মঙলবাৰৰ দিনা হনুমান চালিছা পাঠ কৰিলে মনে বিচৰা ফল লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয় আচলতে হনুমান চালিছা পাঠ কৰিবলৈ কোনো বিশেষ নিয়মৰ আৱশ্যক নহয় কিন্তু কেইটামান সৰু সৰু কথা ধ্যান ৰখাটো অতি জৰুৰী হিন্দু ধৰ্ম অনুসৰি হনুমানক পূজা কৰিলে শুভ ফলৰ প্রাপ্তি হয়। বিশ্বাস কৰা হয় যে হনুমানৰ পূজা কৰিলে মানুহৰ হনুমানৰ পূজা কৰিলে মানুহৰ সমষ্ট দুখ-কষ্ট, ৰোগ-ব্যাধি দূৰ হয়৷ সেইবাবেই হনুমানৰ ভক্তসকলে তেওঁক প্রসন্ন কৰিবলৈ বিভিন্ন প্ৰকাৰে উপায় কৰে। মান্যতা অনুসৰি যি মনুষ্যই ভগৱান হনুমানৰ

পূজা কৰে, সেই মনুষ্যৰ জীৱন সুখ-সমৃদ্ধি, ধন-সম্পত্তি আৰু ইতিবাচক শক্তিৰে ভৰি পৰে হনুমান চালিছা নিয়মিতভাবে পাঠ কৰিলে বজৰংগবলী হনুমান প্রসন্ন হৈ তেওঁ মনুষ্যক সকলো কষ্টৰ পৰা মুক্তি প্রদান কৰে। হনুমান চালিছাত ৪০টা শ্লোক আছে। কোৱা হয় যে যি ব্যক্তিয়ে হনুমান চালিছা পাঠ কৰাৰ সময়ত সকলো নিয়ম সঠিকভাবে পালন নকৰে তেওঁ কেতিয়া তাৰ পৰা পূর্ণ ফল অৰ্জন কৰিব নোৱাৰে।

🔴পাঠ কৰাৰ সময়ত কি কি ভুলৰ পৰা আমি বাচি থকাটো জৰুৰী?জানি লওঁ আহক।


নম্বৰ 1: শৰীৰ আৰু মন পৰিষ্কাৰ কৰি ৰাখক:

 হনুমঞ্জী আৰু তেওঁৰ প্ৰিয় শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপন কৰক। তাৰ পিছত তেওঁলোকৰ সন্মুখত পানীৰে ভৰা বাটি এটা ৰাখক। চালিছা কমেও ৩ বাৰ পৰা ১০৮ বাৰ আবৃত্তি কৰক। ঘৰত হনুমান চলিছা পাঠ কৰাৰ সময়ত শৰীৰ আৰু মন দুয়োটা পৰিষ্কাৰ হ’ব লাগে। 



নম্বৰ2. মদৰ পৰা আঁতৰি থাকক :

খাদ্য আৰু আচৰণৰ বিশুদ্ধতা পালন কৰিব লাগে। হনুমান চলিছা পাঠ কৰাৰ সময়ত নিৰামিষ খাদ্য বা মদ পৰিহাৰ কৰক। মঙলবাৰে পুৱা বা সন্ধিয়া হনুমান চালিছা জপ কৰিলে ভক্তক বহু ধৰণৰ বিপদৰ পৰা মুক্ত হয়।


নম্বৰ3. বেয়া চিন্তা নাভাবিব:

 হনুমান চলিছা আবৃত্তি কৰি থাকোঁতে মানুহৰ মনত কোনো অনুপযুক্ত চিন্তা থাকিব নালাগে। প্ৰতিদিনে চলিছা আবৃত্তিৰ সময় একেই ৰাখিবলৈ চেষ্টা কৰক। বিশেষ পৰিস্থিতিত ভ্ৰমণ আৰু শুই থকাৰ সময়তো চলিছা আবৃত্তি কৰিব পাৰে। 


নম্বৰ4: থৰামৰ নাম নোলোৱাকৈ আৰম্ভ নকৰিব হনুমান যে ভগৱান ৰামৰ এক প্ৰখৰ ভক্ত, সেই কথাত সকলোৱে পৰিচিত। গতিকে ভগৱান ৰামৰ নাম নোলোৱাকৈ হনুমান চলিছা আৰম্ভ নকৰিব। অন্যথা ইয়াৰ ফলাফলৰ পৰা আপুনি বঞ্চিত হ’ব।


নম্বৰ5: দুৰ্বলক আমনি নকৰিবা 

পূজাৰ সময়ত আসন ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। আসন বা কুশ্বন নোহোৱাকৈ মাটিত বহিব নালাগে। ইয়াক অশুভ বুলি গণ্য কৰা হয়। হনুমান চলিছা পাঠ কৰা সকলে কেতিয়াও দুৰ্বলক জোৰ-জবৰদস্তি বা গালি-গালাজ কৰিব নালাগে। 

Comments

Popular posts from this blog

ভগৱান (কবিতা)

Gautam bhuyan ভগৱান   ভগৱান তােমাক কৰিছে। হেজাৰ প্রণাম তুমিয়েই হােৱা আমাৰ আশাৰ ভৰাল। নাজানাে মই তােমি ক'ত আছা স্বৰ্গত নে মৰতত তথাপি লিখিছোঁ মই কবিতা তােমাৰ বাবে। দুখ বোৰ আতৰাই সুখ দিয়া হে ভগৱান তােমাৰ জ্ঞানৰ পােহৰেৰে পােহৰাই তুলা আমাক। তােমাৰ প্রেৰণাতে মই তােমাক লৈ লিখিছে কবিতা নতুন প্ৰতিভাৰ উৰুলিৰে তুমিয়ে দিয়া আমাক আশীৰ্বাদ।।

বেদনা

Gautam bhuyan                                   বেদনা                 ___________________ কিয় তুমি গুচি গ'লা দেউতা বেদনাৰ আশ্ৰু দি। এতিয়া কেনেকৈ জীয়াই থাকিম   তুমাৰ আবিহনে মই যে আধৰুৱা।। কিয় কথা দিছিলা তুমি আহিম বুলি কি পালা তুমি এতিয়া বননি ঘুৰি। ওলাই গৈছিলা শান্তি বিচাৰি মাথো পালা বন্দুকৰ গুলি।। তুমি উভতি আহিবা বুলি বাৰে বাৰে পদুলিৰ মুখলৈ চাওঁ । কিন্তু এদিন আহিলা মাথো ফুলৰ  মালাই আৰি আনা তোমাৰ মৃতদেহ।।                            

অনুভব (কবিতা)

Gautam bhuyan অনুভৱ যেতিয়া মই অকলশবীয়া হওঁ, তেতিয়া তােমাৰ অনুভব হয়। যেতিয়া কেতিয়াবা বেয়া কাম কৰিবলৈ লও, তেতিয়া তােমাৰ অনুভব হয়। অকস্মাৎ কেতিয়াবা মবাইলটো কিৰিংকৈ বাজি উঠিলে তেতিয়া তােমাৰ অনুভব হয়। উফুচ, মিছাতেই দিনবােৰ পাৰ কৰিলোঁ নেকি? তােমাৰ পিছত দৌৰি। এতিয়া যেন শূন্যহীনতাৰ ষ্টেচনত। য'ত জনসমাজ নাই। চাৰিওফালে মাথাে শূন্যতাই শূন্যতা। এতিয়া পিছে অনুভব কৰিবলৈ মােৰ একো নাই আছে মাথাে, শূন্যতা, শূন্যতা, শূন্যতা।