হনুমান চালিছা নো কি জাঁনো আহ'ক। G Newhttps://youtu.be/T8oIMpW7oF0?si=vU0ohPlNU2Snu5w6s 24 প্ৰভু শ্ৰা ৰাম চন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ১৬ শতাব্দীত কবি তথা দার্শনিক তুলসী দাসে হনুমান চালিছা ৰচনা কৰিছিল। মান্যতা অনুসৰি তুলসী দাসে ৰুগীয়া অৱস্থাত প্ৰভু শ্ৰী ৰাম চন্দ্ৰৰ ভ হনুমানৰ গুণ বৰ্ণনা কৰি ১৬ শতাব্দীত কবি তথা দার্শনিক তুলসী দাসে হনুমান চালিছা ৰচনা কৰিছিল৷ মান্যতা অনুসৰি তুলসী দাসে ৰুগীয়া আৱস্হাত পাঠ কৰে। বিশেষকৈ মঙলবাৰৰ দিনা হনুমান চালিছা পাঠ কৰিলে মনে বিচৰা ফল লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয় আচলতে হনুমান চালিছা পাঠ কৰিবলৈ কোনো বিশেষ নিয়মৰ আৱশ্যক নহয় কিন্তু কেইটামান সৰু সৰু কথা ধ্যান ৰখাটো অতি জৰুৰী হিন্দু ধৰ্ম অনুসৰি হনুমানক পূজা কৰিলে শুভ ফলৰ প্রাপ্তি হয়। বিশ্বাস কৰা হয় যে হনুমানৰ পূজা কৰিলে মানুহৰ হনুমানৰ পূজা কৰিলে মানুহৰ সমষ্ট দুখ-কষ্ট, ৰোগ-ব্যাধি দূৰ হয়৷ সেইবাবেই হনুমানৰ ভক্তসকলে তেওঁক প্রসন্ন কৰিবলৈ বিভিন্ন প্ৰকাৰে উপায় কৰে। মান্যতা অনুসৰি যি মনুষ্যই ভগৱান হনুমানৰ পূজা কৰে, সেই মনুষ্যৰ জীৱন সুখ-সমৃদ্ধি, ধন-সম্পত্তি আৰু ইতিবাচক শক্তিৰে ভৰি পৰ...